Added to wishlistRemoved from wishlist 10
6.00৳
Added to wishlistRemoved from wishlist 7
12.00৳
Added to wishlistRemoved from wishlist 5
55.00৳
Added to wishlistRemoved from wishlist 6
10.00৳
Added to wishlistRemoved from wishlist 4
1,200.00৳
Added to wishlistRemoved from wishlist 0
18,850.00৳
Added to wishlistRemoved from wishlist 0
13,999.00৳
Added to wishlistRemoved from wishlist 0
6,850.00৳
Published on Jun 12, 2020
বন্দুক এৰি কৃষি কৰ্মত ব্যস্ত মাজুলীৰ এজন প্ৰাক্তন আলফা ৷ ২০০৯ চনতেই জগত ভূঞাই স্বাধীন অসমৰ সপোন দেখি যোগদান কৰিছিল নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী অসমত। ২০১৩ চনত মূলসুতিলৈ গুৰি অহা সংগ্ৰামী যুৱক জনে এতিয়া প্ৰায় ১০ বিঘা মাটিত কৃষি কৰ্মৰ ধান, সৰিয়হ, মাহ ,আৰু বিভিন্ন ধৰণৰ শাক পাচলি খেতিৰ জৰিয়তে গঢ়িছে সেউজ বিপ্লৱ।







